अर्थ : অনুচিতভাৱে লোৱা
							उदाहरण : 
							আজিকালি লʼৰা-ছোৱালীৰ প্রৱেশৰ কাৰণে বৰঙণিৰ নামত শিক্ষা সংস্থা সমূহে লুটিছে
							
अर्थ : কাৰোবাক অত্যধিক খৰচ কৰোৱা
							उदाहरण : 
							সুনীলে নতুন চাকৰি পোৱাৰ খবৰটো পোৱাৰ পিছত লগৰীয়াসকলে অভ্যর্থ্্নাৰ নামত ্তেওঁক খুউব লুটিলে
							
अर्थ : ডকা-হকা দি বা বলপূর্বক্্ভাৱে কোনো বস্তু লৈ যোৱা কার্য
							उदाहरण : 
							আমাৰ চহৰত এজন মহাজনক লুটিলে
							
पर्यायवाची : লুটপাত কৰা