अर्थ : আঠাজাতীয় বস্তুৰ সৈতে কোনো দুটা বস্তু পৰস্পৰ লগলাগি যোৱা
							उदाहरण : 
							কাগজখন কাঠডালত লাগি ধৰিল
							
पर्यायवाची : আঁট ্খোৱা
अर्थ : শৰীৰৰ কোনো শিৰা, পেশী আদি জঠৰ হোৱা
							उदाहरण : 
							মোৰ ডিঙিটো টানি ধৰিছে
							
पर्यायवाची : টানি ধৰা, পাক খোৱা, মোচোকা খোৱা
अर्थ : দুটা বস্তু এক কৰিবলৈ পৰস্পৰৰ পিঠি বা তল লগ লগোৱা
							उदाहरण : 
							শিশুটোৱে ভয় খাই মাকৰ কোলাত লিপিট খাই ধৰিলে  শল্য চিকিৎসাৰ দ্বাৰা তেওঁৰ ্ কটা আঙুলিটো লগ লাগিল
							
पर्यायवाची : আঠা লগা, লগ লগা, লিপিট খোৱা, সাবটি ধৰা