अर्थ : উদ্ভিদ আদিত ফল-ফুল লগা কার্য্য
							उदाहरण : 
							এই বছৰ আম গছত সোনকালে মল লাগিছে
							
अर्थ : কার্য আদিত ৰত হোৱা
							उदाहरण : 
							ৰত্নাই দিনটো মিঠাই বনোৱাত লাগি আছে
							
पर्यायवाची : ব্যস্ত হোৱা, লাগি থকা
अर्थ : কোনো সঠিক ঠাইত গৈ উপনীত হোৱা
							उदाहरण : 
							নাওখন নদীৰ পাৰত গৈ লাগিল
							
अर्थ : অনুমানতকৈ বেছি প্রয়োজন হোৱা
							उदाहरण : 
							এই কামটোত বহুত টকা লাগিছে
							
अर्थ : কোনো কামত দৃঢ়তাৰে লাগি থকা
							उदाहरण : 
							বিবাহ ওচৰ চপাৰ লগে-লগে পৰিয়ালবর্গই প্রস্তুতিত পূর্ণোদ্যমে লাগি গʼল
							
पर्यायवाची : লাগি যোৱা
अर्थ : কাৰোবাক আঘাত দিয়া
							उदाहरण : 
							তেওঁ ্মোক পেনৰ নিব লগালে
							
अर्थ : আঘাত বা কষ্ট পোৱা
							उदाहरण : 
							তেওঁৰ ্ কথাই মোক বৰকৈ আঘাত কৰিলে  খুঁটিটোত মোৰ ভৰিখন বৰ জোৰেৰে লাগিল
							
पर्यायवाची : আঘাত কৰা
अर्थ : সম্বন্ধত কিবা হোৱা
							उदाहरण : 
							মনোজদেৱ সম্বন্ধত মোৰ খুৰা লাগে
							
अर्थ : উদ্ভিদৰ শিপাই মাটিত খামুচি ধৰা
							उदाहरण : 
							বাগিছাত ৰোপন কৰা দহজোপাৰ উদ্ভিদৰ ভিতৰত সাতজোপা লাগিছে
							
अर्थ : কোনো ভাব অৱস্থা আদিৰ উৎপন্ন হোৱা
							उदाहरण : 
							আজিৰ ৰসজ্ঞ কবি সন্মিলনত বৰ আনন্দ লাগিল