अर्थ : উৎসৱ-পার্বণ আদিৰ সময়ত বা বস্তু আদিৰ ক্রয়-বিক্রয় বা প্রদর্শনীৰ কাৰণে কোনো স্থানত বহুতো লোক একত্রিত হোৱা কার্য
							उदाहरण : 
							মাঘী পূর্ণিমাৰ দিনা প্রয়াগত মেলা বহে
							
अर्थ : দলিচা, কাপোৰ আদি মাটি বা কোনো সমতল বস্তু আদিত বহলাই দিয়া
							उदाहरण : 
							তেওঁ বিচনাত চাদৰখন মেলি দিলে
							
पर्यायवाची : পাৰি দিয়া, বিস্তাৰ কৰা, মেলি দিয়া
अर्थ : কোনো বস্তুৰ প্রসাৰিতকৰণ
							उदाहरण : 
							তেওঁ ভিজা কাপোৰখন ৰʼদত মেলি দিছে
							
पर्यायवाची : বহলকৈ মেলা, বিস্তাৰ কৰা, মেলি দিয়া