अर्थ : মুর্গী জাতিৰ মতা
							उदाहरण : 
							পুৱাই পুৱাই মুর্গীৰ ডাক শুনি মোৰ টোপনি ভাগিল
							
पर्यायवाची : মতা কুকুৰা, মতা মুর্গী, মোর্গা
अर्थ : কণী দিয়া এবিধ মাইকী চৰাই
							उदाहरण : 
							মুর্গীৰ কণী স্বাস্থ্যৰ কাৰণে উপযোগী
							
पर्यायवाची : মাইকী কুকৰা, মুৰগী