अर्थ : মানুহে অলৌকিক আৰু অমানৱীয় বুলি বিবেচনা কৰা এক ধৰণৰ আশ্চর্যজনক ্কাম
							उदाहरण : 
							চন্দ্রকান্তাৰ কাহিনী মায়া-জালেৰে ভৰি আছে
							
पर्यायवाची : ইন্দ্র-জাল, ইন্দ্রজাল, চমৎকাৰ, মায়া জাল, যাদু
अर्थ : সাংসাৰিক জঞ্জাল
							उदाहरण : 
							তেওঁ ্সাংসাৰিকতাৰ পৰা মুক্ত হৈ সন্যাস লʼলে
							
पर्यायवाची : মায়াজাল, সাংসাৰিকতা