अर्थ : আম গছৰ ফুল
							उदाहरण : 
							বসন্ত ঋতুৰ আগমনৰ লগে লগে আম গছত মল লাগিবলৈ ধৰে
							
अर्थ : যি অংশইদি শৰীৰৰ ভিতৰৰ মলভাগ বাহিৰ হয়
							उदाहरण : 
							গুহ্যদ্বাৰৰ ভালদৰে পৰিষ্কাৰ কৰি ভালেমান ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি
							
पर्यायवाची : গুহ্য দ্বাৰ, গুহ্যদ্বাৰ, পায়ু, পোকৰ, মলদ্বাৰ
अर्थ : শৰীৰৰ পৰা ওলোৱা অশুদ্ধি বা বিকাৰ
							उदाहरण : 
							মনুস্মৃতি অনুসৰি শৰীৰত বাৰ প্রকাৰৰ মল থাকে, সেইবোৰ হʼল মেদ, শুক্র, ৰক্ত, মজ্জা, মূত্র, বিষ্ঠা, কাণৰ মল, নখ, কফ, চকুপানী, ঘাম আৰু শৰীৰত জমা হোৱা মল