अर्थ : পৃথিৱীৰ কোনো এক ডাঙৰ ভাগ বা ক্ষেত্র
							उदाहरण : 
							ভাৰতবর্ষ এনে এক ভৌগোলিক ক্ষেত্র যʼত বহুতো ভাষাভাষীলোকে একেলগে বসবাস কৰে
							
पर्यायवाची : ভূভাগ, ভৌগোলিক ক্ষেত্র
अर्थ : ভূমি খণ্ড
							उदाहरण : 
							প্রাকৃতিক খেলি-মেলিৰ কাৰণে কেতিয়াবা কেতিয়াবা ভূখণ্ডৰ পৰি্ৱর্তনো হয়
							
पर्यायवाची : ভূ-খণ্ড