अर्थ : আনন্দ পাওঁতে অনুভৱ হোৱা
							उदाहरण : 
							এই দৃশ্যটো মোৰ ভাল লাগিছে
							
पर्यायवाची : মন ভুলোৱা, মনঃপুত হোৱা, সুখপ্রদ লগা
अर्थ : ৰুচিৰ অনুকূল হোৱা
							उदाहरण : 
							আপোনাৰ সকলো বস্তুৱেই পচন্দ হʼব বুলি কোনো কথা নাই  মোৰ এই কামটো ভাল লগা নাই
							
पर्यायवाची : পচন্দ হোৱা, মন লগা, মনঃপুত হোৱা, মনোমত হোৱা, ৰুচিকৰ হোৱা