अर्थ : উত্তম হোৱাৰ অৱস্থা
							उदाहरण : 
							চৰিত্র ভালেই সকলো ভাল
							
पर्यायवाची : উত্তমতা, উৎকৃষ্টতা, গুণযুক্ততা, শ্রেষ্ঠতা
अर्थ : যি ৰুচিৰে ভৰপূৰ
							उदाहरण : 
							তেওঁৰ ওচৰত ৰুচিসম্পন্ন কাহিনীৰ কিতাপ আছে
							
पर्यायवाची : ৰসাল, ৰুচিকৰ, ৰুচিসম্পন্ন, ৰোচক
अर्थ : যিটো ভাঙি-চিঙি বা বেয়া হৈ যোৱা নাই
							उदाहरण : 
							মই এখন পুৰণি কিন্তু ভাল গাড়ী কিনিব খোজোঁ
							
पर्यायवाची : বঢ়িয়া
अर्थ : যি ভাল ধৰণে পৰিণামৰ ৰূপত আহে
							उदाहरण : 
							এইটো ভাল কথা যে মই তাত নাছিলো এইটো ভাল যে আপোনাক কোনেও নেদেখিল
							
पर्यायवाची : বঢ়িয়া