अर्थ : ভাগৰুৱা অৱস্থা বা ভাৱ
							उदाहरण : 
							খেতিয়কে গছৰ ছাঁত বহি ভাগৰ পলুৱাই আছে
							
पर्यायवाची : ক্লান্তি, পৰিশ্রান্তি, শ্রান্তি
अर्थ : গোটেই ৰাতি জাগি থকাৰ কাৰণে দেহ-মনলৈ অহা অৱসাদ
							उदाहरण : 
							বাইদেউৰ বিয়াৰ পিছৰ ভাগৰ এতিয়াও মৰা নাই