अर्थ : বিদ্যালয়ৰ শ্রেণীলমূহৰ বেৰত লগোৱা কʼলা বৰণৰ আখৰ লিখিব পৰা ফলক বিশেষ
							उदाहरण : 
							কৃষ্ণফলকত সদায় নীতি-বাক্য লিখা হয়
							
पर्यायवाची : কৃষ্ণফলক, ব্লেকবোর্ড
अर्थ : লিখিবৰ বাবে ব্যৱহাৰ কৰা কাঠেৰে তৈয়াৰী কʼলা ৰঙৰ চাৰিচুকীয়া ফলক
							उदाहरण : 
							গুৰুজীয়ে কৃষ্ণফলকত গণিতৰ প্রশ্ন লিখি আছে
							
पर्यायवाची : কৃষ্ণফলক