अर्थ : পৰোক্ষ ৰূপত কাৰোবাক শুনাবৰ কাৰণে জোৰেৰে কোনো ব্যঙ্গাত্মক কথা কোৱা
							उदाहरण : 
							তেওঁ ্ঠাট্টা কৰা অভ্যাসৰ পৰা আঁতৰি নাহে
							
पर्यायवाची : ঠাট্টা কৰা, বিদ্রূপ কৰা
अर्थ : কাৰোবাক আমনি, দুখী বা নীচ বুলি প্রতিপন্ন কৰাৰ কাৰণে কোৱা কোনো কথা যাক স্পষ্টভাৱে নকʼলেও উক্ত ধৰণৰ অভিপ্রায় প্রকাশ পায়
							उदाहरण : 
							মোহনৰ কৃপণালিক শ্যামে ব্যঙ্গ কৰিলে
							
पर्यायवाची : ঠাট্টা কৰা