अर्थ : বৃত্ত বা চক্রৰ আকাৰৰ
							उदाहरण : 
							গাড়ীত ঘূৰণীয়া চকা লগোৱা থাকে
							
पर्यायवाची : গোলাকাৰ, ঘূৰণীয়া, চক্রাকাৰ, বর্তুল্াকাৰ, মণ্ডলাকাৰ
अर्थ : বৃত্তৰ লগত সম্পর্কীত
							उदाहरण : 
							পৃথিৱীক কেন্দ্র হিচাপে মানি সকলো গ্রহ বৃত্তাকাৰ কক্ষত ঘূৰে
							
पर्यायवाची : বৃত্ত-সম্বন্ধীয়, বৃত্তীয়