अर्थ : উদ্বিগ্ন হোৱা অৱস্থা বা ভাব
							उदाहरण : 
							উদ্বিগ্নতাৰ কাৰণেই মই এই কামটোত মন বহুৱাব পৰা নাই
							
पर्यायवाची : উগুল-থুগুল, উচপিচ, উচপিচনি, উদ্বগ্নতা, উৎকণ্ঠা
अर्थ : ভাবত বিভোৰ হৈ থকা
							उदाहरण : 
							সকলো কামতে শ্যামক ভাব বিভোৰতাত থকা যেন লাগে
							
पर्यायवाची : ভাব বিভোৰতা, ভাব-বিভোৰতা, ভাব-বিহ্বলতা
अर्थ : ভয়, চিন্তা আদিৰ কাৰণে মস্তিষ্কৰ কোষবোৰত চাপ পৰাৰ কাৰণে বিকলতা অনুভৱ কৰা অৱস্থা
							उदाहरण : 
							মানসিক অশান্তিৰ কাৰণে তেওঁ ্বেমাৰত পৰিল
							
पर्यायवाची : অশান্তি, মানসিক চাপ