अर्थ : ৰেখা গণিতত অংকন কৰা এক সৰু গোল চিহ্ন যি কিহবাৰ নির্দেশ কৰে কিন্তু তাত কোনো দীঘ, প্রস্থ নাথাকে আৰু যাৰ কোনো বিভাগ কৰিব নোৱাৰি
							उदाहरण : 
							লʼৰা-ছোৱালীবোৰে খেলি খেলি বিন্দুবোৰ মিলাই এখন হাতীৰ চিত্র তৈয়াৰ কৰিলে
							
अर्थ : কোনো বস্তুৰ ওপৰত বনোৱা বা পৰা সৰু গোল চিহ্ন
							उदाहरण : 
							এই কাপোৰখনৰ ৰং-চঙীয়া ফোঁটখিনি ভাল লাগিছে
							
पर्यायवाची : ফোঁট