अर्थ : কোনো বস্তুৰ গুণাগুণ আদিৰ বিষয়ে জানিবৰ কাৰণে কৰা ব্যৱহাৰ
							उदाहरण : 
							ৰচী টনা শক্তি পৰীক্ষাৰ এটা খেল
							
पर्यायवाची : পৰীক্ষা
अर्थ : বিচাৰপূর্বক নি্র্ণয় ্ কৰা ক্রিয়া
							उदाहरण : 
							আজিকালিৰ আলোচনা চক্রত তুলসী দাসৰ ৰচনাৰাজি ভালদৰে বিবেচনা কৰে
							
पर्यायवाची : পর্যালোচনা, বিচাৰ-বিবেচনা, বিবেচনা, মীমাংসা, মূল্যায়ন
अर्थ : কোনো ঘটনা বা বিষয়ৰ মূল কাৰণৰ বা ৰহস্যৰ সন্ধান কৰা কার্য
							उदाहरण : 
							এই বিষয়টোৰ অনুসন্ধান উচ্চ বিষয়াবর্গৰ জৰিয়তে কৰা হʼব
							
पर्यायवाची : অনুসন্ধান, সম্পৰীক্ষা