अर्थ : উপাসকে উপাস্য দেৱতাৰ গুণানুকী্র্তন ্ কৰা নৱবিধ ভক্তিৰ এক প্রকাৰ
							उदाहरण : 
							মন্দিৰত ভক্তসকলে সকলো সময়তে বন্দনা কৰে
							
पर्यायवाची : বন্দন
अर्थ : কোনো দেৱ-দেৱীৰ সন্মুখত ফুল, তুলসী, পানী আদি উচর্গা কৰি কৰা ধর্মীয় কার্য:ভগৱানক অন্তৰেৰে পূজা কৰিব লাগে
							उदाहरण : 
							
							
पर्यायवाची : অর্চ্্না, আৰাধনা, উপাসনা, পূজা, পূজা-অর্চ্্না, পূজা-পাঠ, পূজা-পার্বন, স্তুতি
अर्थ : কাৰোবাৰ স্তুতি, প্রশংসা আদি গোৱা আৰু প্রার্থন্াৰ সময়ত গোৱা পাঠ
							उदाहरण : 
							এই কিতাপখনত সকলো দেৱ-দেৱীৰ প্রার্থন্া দিয়া আছে
							
पर्यायवाची : প্রার্থন্া, প্রার্থন্া গীত, স্তুতি গীত