अर्थ : কোনো পদ, মর্যাদা বা বিষয়ৰ বিষয়া হোৱা
							उदाहरण : 
							বিধায়কসকলে যোগীদেৱক ছত্তীশগড়ৰ প্রথম মুখ্যমন্ত্রী নিযুক্ত কৰিলে
							
पर्यायवाची : নিযুক্ত কৰা
अर्थ : কোনো বস্তুৰ অস্তিত্ব বা অৱয়ব প্রদান কৰা
							उदाहरण : 
							কুমাৰে কলহ নি্র্মাণ কৰে
							
पर्यायवाची : তৈয়াৰ কৰা, নি্র্মাণ কৰা, সজা
अर्थ : কোনো ৰূপলৈ অনা
							उदाहरण : 
							তেওঁ এই মহলটোক নিজৰ বাসস্থান বনালে