अर्थ : লʼৰা-ছোৱালীৰ দ্বাৰা কট্টীক বাতিল কৰি পুনৰ মিত্ৰতাৰ সম্বম্ধ স্থাপন কৰা কাৰ্য যʼত তেওঁলোকে হাতৰ কিছুমান আঙুলি পৰস্পৰে স্পৰ্শ কৰা কাৰ্য
							उदाहरण : 
							লʼৰা-ছোৱালীয়ে কথাই কথাই কট্টী কৰি পিছত বট্টী কৰি লয়
							
पर्यायवाची : বাট্টী
अर्थ : পূঁজ ্ শুকাবৰ কাৰণে ঘাঁত দিয়া কাপোৰৰ টুকুৰা
							उदाहरण : 
							চিকিৎসকে তেওঁৰ ্ ঘাঁত পট্টী বান্ধি আছে
							
पर्यायवाची : পট্টী