अर्थ : কলি ফুললৈ সলনি হোৱা ৰূপ
							उदाहरण : 
							সূর্যৰ ্  পোহৰ পোৱাৰ লগে লগে অনেক কলি ফুলিল
							
पर्यायवाची : কলি পেলা, কলিয়া, পুষ্পান্বিত হোৱা, ফুল ধৰা, মঞ্জৰিত হোৱা, মলিয়া
अर्थ : আঘাত, ৰোগ আদিৰ বাবে শৰীৰৰ কোনো অংগ (বিষৰ সৈতে) ফুলি উঠা
							उदाहरण : 
							আঘাত পোৱাৰ ফলত তেওঁৰ আঠুটো ফুলি গʼল
							
अर्थ : কোনো বস্তুৰ ভিতৰ ভাগত বতাহ, তৰল পদার্থ আদি ভৰি যোৱাৰ বাবে বেছি প্রসাৰিত হোৱা বা বাঢ়ি যোৱা
							उदाहरण : 
							এই বেলুনটো বহুত ফুলেপানীত তিয়াই থোৱা ৰুট ফুলি গʼল