अर्थ : ছপা কৰা যি কাগজত কিবা লিখাৰ বাবে কিছু অংশ খালি হৈ থাকে
							उदाहरण : 
							মই নাম ভর্তিৰ প্রপত্র ভর্তি কৰি আছো
							
पर्यायवाची : প্রপত্র
अर्थ : ভাল কৰিব পৰা যোগ্যতা
							उदाहरण : 
							বর্ত্্মান ভাৰতৰ কোনো খেলুৱৈ ফর্মত ্নাই
							
अर्थ : (জীৱবিজ্ঞান) কোনো জাতিত জীৱবোৰৰ এক বর্গ যি সমান বর্গবোৰৰ পৰা সাধাৰণ ৰূপত অলপ বেলেগ হয়
							उदाहरण : 
							সূক্ষ্মজীৱবোৰৰ এটা নতুন প্রকাৰৰ খবৰ পোৱা গৈছে
							
पर्यायवाची : প্রকাৰ