अर्थ : কোনো ওজনৰ বস্তু এনেদৰে ফাট মেলা যে ভিতৰৰ বস্তু বাহিৰত ওলাই পৰে বা দেখা যায়
							उदाहरण : 
							তেওঁৰ ্ জোলোঙা ফাটিল আৰু সকলো বস্তু বাটত চিটিকি পৰিল
							
पर्यायवाची : ফাটি যোৱা
अर्थ : কোনো বস্তুৰ পৰা কোনো অংশ আঁতৰ হৈ পৰা
							उदाहरण : 
							শিমলু গছৰ ফল শুকাই যোৱাৰ লগে লগে ফাটি যায়
							
पर्यायवाची : আঁতৰি যোৱা, আঁ্তৰা, ফাটি যোৱা
अर्थ : গাখীৰৰ সাৰ আৰু পানী অংশ পৃথক হৈ পৰা এক প্রাকৃতিক প্রক্রিয়াৰ কার্য
							उदाहरण : 
							গৰমৰ দিনত সাধাৰণতেই গাখীৰ ফাটে
							
पर्यायवाची : ফাটি যোৱা
अर्थ : কোনো বিক্রিয়াৰ কাৰণে এটা অৱস্থাৰ পৰা অন্য এক অৱস্থালৈ গতি কৰা
							उदाहरण : 
							মায়ে ফটা গাখীৰৰ পৰা মিঠাই বনাই আছে