अर्थ : এজন এজন কৰি সকলোৰে সন্মুখত উপস্থিত কৰা
							उदाहरण : 
							ৰামুৱে মজলিচত পাণ বিলাই আছিল
							
पर्यायवाची : বিলোৱা
अर्थ : আহাৰ সন্মুখত ৰখা
							उदाहरण : 
							তেওঁ লʼৰা-ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ আহাৰ পৰিৱেশন কৰিলে
							
पर्यायवाची : সজোৱা