अर्थ : ধুই, মোহাৰি, মাজি উজ্জ্বল বা পৰিষ্কাৰ কৰা
							उदाहरण : 
							চাকৰণীয়ে বাচন চাফা কৰি আছে
							
पर्यायवाची : উজ্জ্বল কৰা, চাফা কৰা, নিকা কৰা, স্বচ্ছ কৰা
अर्थ : পানী বা অন্য কোনো তৰল পদার্থত মিহলি হৈ থকা ময়লা তললৈ বহি যোৱা এক অৱস্থা
							उदाहरण : 
							খোৱা পানীত ফিটকিৰী দি  পানী নিষ্কাশন কৰা হয়
							
पर्यायवाची : নিষ্কাশন কৰা, ফিল্টাৰ কৰা, শোধন কৰা