अर्थ : প্রতিনিধি হোৱাৰ ভাৱ
							उदाहरण : 
							তেওঁ নিজৰ প্রতিনিধিত্বৰ দায়িত্ব ভালদৰে পালন কৰে
							
अर्थ : প্রতিনিধি হোৱা অৱস্থা বা ভাব
							उदाहरण : 
							এই সন্মিলনত ভাগ লোৱা আমাৰ সংস্থাৰ প্রতিনিধিত্ব এজন বিদ্বান লোকে কৰি আছে
							
अर्थ : কাৰোবাৰ ফালৰ পৰা প্রতিনিধি বা এজেণ্ট হিচাপে কাম কৰা কার্য
							उदाहरण : 
							মই প্রতিনিধিত্ব কৰিব নোৱাৰো
							
पर्यायवाची : এজেঞ্চি