अर्थ : সম্বন্ধীয় ব্যক্তি আদিক নেদেখা ভাও জুৰি
							उदाहरण : 
							তুমি আমাক নুসোধাকৈ পোনে-পোনে তেওঁৰ ্পৰা পইচা খুজি আনিলা!
							
अर्थ : নুঘূৰাকৈ
							उदाहरण : 
							আপুনি ইয়াৰ পৰা পোনে-পোনে যাৱক আৰু ডাকবঙলাৰ পৰা বাওঁ্ফালে যাব
							
अर्थ : মধ্যস্থতা নোহোৱাকৈ
							उदाहरण : 
							মই টকাৰ কাৰণে তেওঁৰ লগত চিধাকৈ কথা পাতিছিলো
							
पर्यायवाची : চিধাকৈ, পোনপটীয়াকৈ