अर्थ : ঘোঁৰা গাড়ী আদিত ভৰি দিবৰ কাৰণে প্রস্তুত কৰা স্থান
							उदाहरण : 
							তেওঁ ্ঘোঁৰাগাড়ীত ভৰি ৰাখিবৰ কাৰণে পাৱদানীত ভৰি থʼলে
							
अर्थ : ভৰি থʼব পৰা আসন
							उदाहरण : 
							শ্যামাই আৰাম দিবৰ কাৰণে ভৰিদুখন পাওদানীত ৰাখিছে
							
पर्यायवाची : পাওদানী
अर्थ : ভৰি থোৱা কোনো বস্তু বা স্থান
							उदाहरण : 
							পাওদানীৰ সুবিধা হোৱাৰ কাৰণে ভৰি দুখনে আৰাম পায়
							
पर्यायवाची : পাওদানী