अर्थ : ৰাজনীতিৰ সৈতে সম্পর্কিত বা ৰাজনৈতিক ক্রিয়া-কলাপত ভাগলোৱা ব্যক্তিৰ দল
							उदाहरण : 
							ভাৰতত ৰাজনৈতিক দল কাঠফুলাৰ দৰে হʼবলৈ ধৰিছে
							
पर्यायवाची : ৰাজনৈতিক দল
अर्थ : যিজন ব্যক্তিয়ে ন্যায়িক তদন্তত ভাগ লয়
							उदाहरण : 
							আজি আদালতত প্রথমটো পার্টী অনুপস্থিত আছিল
							
पर्यायवाची : পক্ষ
अर्थ : আনন্দ লাভ কৰিবৰ বাবে একত্রিত হোৱা মানুহৰ সমূহ
							उदाहरण : 
							তেওঁ ্খাই উঠি পার্টীত যোগ দিলে
							
पर्यायवाची : দল