अर्थ : পাতৰ নিচিনা এক ধৰণৰ চাৰিচুকীয়া বস্তু
							उदाहरण : 
							তেওঁ ফাৰ্মাচিৰ পৰা এক পাট্টা টেবলেট কিনিলে
							
पर्यायवाची : পাট্টা
अर्थ : কোনো কিতাপ বা বহী আদিত লগাই থোৱা বস্তু যাৰ দুয়োফালে কিবা লিখা থাকে বা লিখা হয়
							उदाहरण : 
							লʼৰাটোৱে এই কিতাপখনৰ এটা পাত ফালি পেলালে
							
पर्यायवाची : পৃষ্ঠা
अर्थ : কাগজৰ সমান পাতল ধাতুৰ পাত
							उदाहरण : 
							তেওঁ ্ধাতুৰ পাতত লক্ষ্মীৰ ছবি অংকন কৰালে
							
पर्यायवाची : পত্র