अर्थ : ভাৰতবর্ষৰ ্পঞ্জাৱ ৰাজ্যৰ ভাষা
							उदाहरण : 
							এই কিতাপখন পাঞ্জাৱীত লিখা হৈছে
							
पर्यायवाची : পাঞ্জাৱী ভাষা, পাঞ্জাৱী-ভাষা
अर्थ : পাঞ্জাৱৰ অধিবাসী
							उदाहरण : 
							ভালেমান পাঞ্জাৱী এই সংস্থাটোৰ সদস্য
							
पर्यायवाची : পাঞ্জাৱ বাসী, পাঞ্জাৱ-বাসী, পাঞ্জাৱবাসী
अर्थ : পাঞ্জাৱৰ সৈতে সম্বন্ধ থকা
							उदाहरण : 
							চর্দাৰজনে পাঞ্জাৱী বেশ-ভূষা পিন্ধি আছিল
							
अर्थ : পঞ্জাৱত থকা বা বসতি কৰা
							उदाहरण : 
							সকলো পাঞ্জাৱী বন্ধুৰ প্রতি মোৰ এটা বিনম্র অনুৰোধ যে আপোনালোকে শান্তি বজায় ৰখাত সহায় কৰক
							
अर्थ : পাঞ্জাৱী ভাষাৰ সৈতে সম্বন্ধ থকা বা পাঞ্জাৱী ভাষাৰ
							उदाहरण : 
							গুৰুমুখী নজনাৰ কাৰণে মই পাঞ্জাৱী ৰচনা পঢ়িব নোৱাৰোঁ