अर्थ : যিজন ব্যক্তিৰ মগজুৱে কাম কৰিবলৈ এৰি দিছে
							उदाहरण : 
							ৰাষ্টাত এজন পাগল ব্যক্তি নিজে নিজৰ লগত কথা পাতি গৈ আছিল
							
पर्यायवाची : পাগল ব্যক্তি
अर्थ : যাৰ মানসিক সন্তুলন নোহোৱা হৈছে
							उदाहरण : 
							বলীয়া কুকুৰে কামোৰাৰ কাৰণে সংগীতা পাগলী হʼল
							
अर्थ : ক্রোধ, প্রেম আদিৰ কাৰণে যি অচেতন হৈ থাকে
							उदाहरण : 
							ক্রোধত পাগল ব্যক্তিয়ে যিকোনো কাম কৰি পেলাব পাৰে
							
पर्यायवाची : বাউল
अर्थ : মগজুৰ বিকৃতি ঘটা
							उदाहरण : 
							চকুৰ আগতে নিজৰ ঘৰখন থানবান হৈ যোৱা দেখি শ্যাম পাগল হৈ গৈছে
							
पर्यायवाची : অলিয়া-বলিয়া, উন্মত্ত, উন্মাদ, পগলা, বলিয়া, বলিয়া-বতীয়া, বাউল, বাতুল