अर्थ : যি নিজৰ পতি বা পত্নীক এৰিছে আৰু চোৱাচিতা কৰিবলৈ এৰি দিছে
							उदाहरण : 
							তেওঁ পলাতক ব্যক্তিৰ পৰা নিজৰ অধিকাৰ নিশ্চয় বিচাৰিব লাগে
							
अर्थ : যি সেৱাৰ প্রতি অনীহা দেখুৱায় বা সেৱা নকৰি পলাই গুচি যায় (বিশেষভাৱে সৈন্যবাহিনীৰ সেৱা)
							उदाहरण : 
							ৰজাই পলাতক সৈনিকবোৰক প্ৰাণদণ্ড বিহাৰ ঘোষণা কৰিলে