अर्थ : লেখা বা লিখিত শ্্ব্দৰ উচ্চাৰণ কৰা কার্যএ
							उदाहरण : 
							মোহিতে দেউতাকৰ পত্র পঢ়ি আছে
							
अर्थ : কাৰোবাক শুনাবৰ কাৰণে বা স্মৰণশক্তিৰে বা কিতাপ আদিৰ পৰা মন্ত্র, কবিতা আদি কোৱা
							उदाहरण : 
							জাহ্নৱীয়ে আদি শংকৰাচার্যৰ ভজগোবিন্দম স্বামীজীৰ আগত পঢ়িলে
							
अर्थ : কিতাপ বা ৰচনা আদিত লিখিত কথাৰ জ্ঞান লাভ কৰিবলৈ তাক চকু ফুৰোৱা কার্য
							उदाहरण : 
							আমি ভ্রমণ কৰা সময়ত কাকত-আলোচনী পঢ়ো
							
अर्थ : শিক্ষা বা জ্ঞান লাভৰ কাৰণে গ্রন্থ আদি বহুবাৰ পঢ়া কার্য
							उदाहरण : 
							পৰীক্ষাৰ আগত তেওঁ সকলো বিষয় ভালদৰে পঢ়িছে
							
पर्यायवाची : অধ্যয়ন কৰা