अर्थ : নেপালৰ নিবাসী
							उदाहरण : 
							তেওঁ এজন ্নেপালীক নিজৰ ঘৰৰ চোৱা-চিতাৰ কাৰণে ৰাখিছে
							
पर्यायवाची : নেপাল বাসী, নেপাল-বাসী
अर्थ : নেপাল দেশৰ সৈতে সম্বন্ধ থকা
							उदाहरण : 
							ৰমেশে নেপালী টুপি পিন্ধি আছে
							
अर्थ : নেপালী ভাষাৰ বা নেপালী ভাষাৰ সৈতে সম্বন্ধ থকা
							उदाहरण : 
							তেওঁৰ ্নেপালী নাটকৰ এটা প্রতিলিপি মোৰ ওচৰতো আছে
							
अर्थ : নেপালত থকা বা বসতি কৰা
							उदाहरण : 
							তেওঁ এজনী নেপালী ছোৱালী বিয়া কৰিলে