अर्थ : কাপোৰ, সুতা, তাৰ বা ৰচী আদিৰে এটি নির্দিষ্ট দূৰত্বত গোঁথা বস্তু
							उदाहरण : 
							ফলৰ  দোকানত কিছুমান ফল জালত ওলোমাই থোৱা আছিল
							
पर्यायवाची : জাল
अर्थ : কাপোৰ আদিৰ পৰা তৈয়াৰী এবিধ খেলৰ সামগ্রী যি টেনিছ আদি খেলত খেলপথাৰক ভাগ কৰে বা যাৰ দোয়োফালে প্রতিদ্বন্দী খেলুৱৈয়ে থিয় হৈ খেলে
							उदाहरण : 
							টেনিছ খেলিবলৈ লʼৰাহঁতে খেলপথাৰত নেট বান্ধি আছে
							
पर्यायवाची : জাল
अर्थ : কম্পিউটাৰ সম্বন্ধী এক সার্বভৌম প্রণালী যাৰ দ্বাৰা কম্পিউটাবোৰৰ মাজত বার্তা প্রেৰণ কৰা হয়
							उदाहरण : 
							ইন্টাৰনেটৰ সুবিধা নথকাৰ বাবে মই নিজৰ ই-মেইল চাব নোৱাৰো
							
पर्यायवाची : ইন্টাৰনেট