अर्थ : সকলো কথা-বতৰা ঠিকে আছেনে নাই তাক চোৱা-চিতা কৰা কার্য
							उदाहरण : 
							এই কামটোৰ তদাৰক ৰামে কৰিছে
							
पर्यायवाची : চোৱা-চিতা, তদাৰক, পর্যবেক্ষণ
अर्थ : কোনো কাম, কথা বা ব্যৱহাৰ আদিৰ সূক্ষ্মভাৱে বিচাৰ কৰা কার্য
							उदाहरण : 
							তেওঁ কৃষি কার্যৰ নিৰীক্ষণ কৰি আছিল
							
पर्यायवाची : পর্যবেক্ষণ