अर्थ : নলৰ আকাৰৰ কোনো বস্তু
							उदाहरण : 
							জীৱজন্তুৰ বেমাৰ হʼলে বাঁহৰ নলিচাৰে ঔষধ খুওৱা হয়
							
पर्यायवाची : চুঙা
अर्थ : জলীয় পদার্থ ্ওলাই যোৱা নলী বা মুখ
							उदाहरण : 
							ভোগজৰাটোৰ নলিচাটো ভাঙি থাকিল
							
अर्थ : ধোঁৱা খোৱা এক বিশেষ প্রকাৰৰ উপকৰণ
							उदाहरण : 
							ৰামে হোকা খাই আছে
							
पर्यायवाची : গুড়গুড়ী, গুৰগুৰী, চিলিম, হোকা, ্ ধোঁৱা খোৱা