अर्थ : কোনো দেশৰ নিবাসী
							उदाहरण : 
							ভাৰতত নাগৰিকৰ সুবিধাৰ কাৰণেই পাঁচবছৰীয়া যোজনাবিলাক চলোৱা হʼল
							
पर्यायवाची : নাগৰিক
अर्थ : যি নগৰত বাস কৰে বা নগৰত থাকে
							उदाहरण : 
							গাঁৱলীয়া লোকতকৈ নগৰীয়া লোক বেছি শিক্ষিত
							
पर्यायवाची : চহৰীয়া, নগৰ নিবাসী, নগৰীয়া