अर्थ : কোনো ঘৰ আদিৰ ভঙা-চিঙা অথবা হালি পৰা অংশ
							उदाहरण : 
							এইটো মোগলযুগৰ কিল্লাৰ ভগ্নাৱশেষ
							
पर्यायवाची : ভগ্নাৱশেষ
अर्थ : অট্টালিকা বা প্রাসাদ (প্রাচীন স্থাপত্যৰ নি্দর্শনৰ) আদিৰ ভাঙি-চিঙি ৰৈ যোৱা টুকুৰা
							उदाहरण : 
							ধ্বংসাৱশেষৰ পৰা দুটা মৰাশ উদ্ধাৰ কৰা হৈছে