अर्थ : অন্ধকাৰ বা অস্পষ্ট হোৱা অৱস্থা বা ভাব
							उदाहरण : 
							চানি পৰাৰ কাৰণে চকুৰে ধুঁৱলি-কুৱলী দেখিছে
							
पर्यायवाची : ধুৱলি-কুঁৱলী
अर्थ : অলপ আন্ধাৰ হোৱা অৱস্থা বা ভাব
							उदाहरण : 
							সন্ধিয়াৰ ধুঁৱলি-কুঁৱলীত চোৰ ঘৰৰ ভিতৰলৈ সোমাই গʼল
							
पर्यायवाची : ধুঁৱলি-কুৱলী