अर्थ : ভয়, দুর্বল্্তা, জ্বৰ আদিৰ বাবে হৃদয় ধক-ধক কৰা বা স্পন্দিত হোৱা
							उदाहरण : 
							ক্রোধিত হʼলে হৃদয় জোৰেৰে ধপধপায়
							
पर्यायवाची : স্পন্দিত হোৱা
अर्थ : ভয়, উদ্বেগ আদিৰ কাৰণে হৃদয়ৰ গতি তীব্র হোৱা
							उदाहरण : 
							পুলিচক দেখিয়েই চোৰটোৰ বুকু ধপধপাবলৈ ধৰিলে