अर्थ : ঋণ পৰিশোধ কৰিবৰ কাৰণে হাতত এপইচাও নোহোৱা মানুহৰ অৱস্থা
							उदाहरण : 
							ব্যৱসায়ত ঘাটি খোৱাৰ কাৰণে মহাজন দেউলীয়া হʼল
							
अर्थ : যাৰ ওচৰত ঋণ পৰিশোধ কৰিবলৈ একোৱেই নাই
							उदाहरण : 
							আদালতে ৰামুক দেউলীয়া ঘোষণা কৰিলে
							
पर्यायवाची : দেউলিয়া, নষ্টনিধি, ্সর্বস্ব্ান্ত