अर्थ : কাৰোবাক কিবা হস্তান্তৰ কৰা???
							उदाहरण : 
							অধ্যাপকজনে তেওঁক পুৰস্কাৰ দিছে
							
पर्यायवाची : প্রদান কৰা
अर्थ : কাৰোবাক দুখী কৰা বা কাৰোবাৰ হানি কৰা
							उदाहरण : 
							পুতেকে নিজৰ ঘৰ এৰি মাক-দেউতাকক বহুত দুখ দিলে
							
अर्थ : * সুলভ বা উপল্্ব্ধ কৰা
							उदाहरण : 
							কʼৰবালৈ অহা-যোৱা কৰিবৰ কাৰণে আমি বাহনো দি্ওঁ
							
पर्यायवाची : উপল্্ব্ধ থকা, প্রদান কৰা, সুলভ থকা