अर्थ : জুখিবৰ কাৰণে ব্যৱহাৰ কৰা কোনো নিশ্চিত পৰিমাণৰ শিল, লোহা আদিৰ টুকুৰা
							उदाहरण : 
							এইটো এক কিলোৰ দগা
							
पर्यायवाची : প্রতিমান
अर्थ : কোনো তৎপৰতা নথকা
							उदाहरण : 
							এলেহুৱা মানুহে কেতিয়াও কোনো কাম সময়মতে কৰিব নোৱাৰে  তেওঁ ্ কামত বৰ সোৰোপা
							
पर्यायवाची : অলস, আলস্যপৰায়ণ, এলেহুৱা, খাই গাহৰি, খাই-শো, বহিখোৱা, শুই-হগা, সোৰোপা, ৰিহাকুৰীয়া