अर्थ : খেলিবলৈ ব্যৱহাৰ কৰা ৰঙীন চিহ্ন আৰু ছবি থকা চাৰিচুকীয়া এবিধ ডাঠ কাগজ বিশেষ
							उदाहरण : 
							তেওঁ খঙতে তাচপাতখিনি ফালি দিলে  এই আলমাৰিটোত কেইবাযোৰাও তাচ আছে
							
पर्यायवाची : তাচপাত, প্লে কার্ড
अर्थ : তাচৰ পাতেৰে খেলিব পৰা খেল
							उदाहरण : 
							কিছুমান লোকে বাগিছাত তাচ খেলি আছে