अर्थ : জুইৰ দ্বাৰা কোনো অংগ পীড়িত কৰা
							उदाहरण : 
							বোৱাৰীজনী আহাৰ ৰন্ধাৰ সময়ত জ্বলিল
							
पर्यायवाची : জ্বলি যোৱা
अर्थ : জুই আদি লাগি নষ্ট হোৱা বা বেয়া হোৱা
							उदाहरण : 
							এই কিতাপখনৰ কিছুমান পাত জুয়ে পুৰিলে
							
पर्यायवाची : জলা, জ্বলি যোৱা, পোৰা, পোৰা যোৱা