अर्थ : বেয়া বা নিকৃষ্ট বস্তুৰ দʼম
							उदाहरण : 
							দেৱালীৰ সময়ত ঘৰে-ঘৰে জাবৰ-জোথৰ চফা কৰা হয়
							
पर्यायवाची : আৱর্জ্্না, জাবৰ-জোঁজথৰ
अर्थ : একেবাৰে অদৰকাৰী বুলি মানি লোৱা কোনো বস্তু
							उदाहरण : 
							তেওঁ আজি নিজৰ কোঠাৰ পৰা জাবৰ-জোথৰ চফা কৰাত ব্যস্ত
							
पर्यायवाची : জাবৰ-জোথৰ
अर्थ : ঝাড়ু আদিৰে চফা কৰা মাটিত পৰি থকা ধূলি আৰু ফটা-চিটা বস্তু আদি
							उदाहरण : 
							জাবৰবোৰ জাবৰদানীত পেলোৱা উচিত
							
पर्यायवाची : জাবৰ-জোথৰ