अर्थ : জড় হোৱা অৱস্থা বা ভাব
							उदाहरण : 
							জড় পদার্থত ্জড়তা পোৱা যায়
							
पर्यायवाची : অচেতনতা, চেতনহীনতা, চেতনাহীনতা, জড়ত্ব, জীৱনহীনতা
अर्थ : গতিহীন হোৱা অৱস্থা বা ভাব
							उदाहरण : 
							গতিহীনতাৰ কাৰণে গছ-গছনিয়ে একে ঠাইতে স্থিৰ হৈ থাকে
							
पर्यायवाची : অচলতা, গতিশূন্যতা, গতিহীনতা, গতিৰাহিত্য, নিশ্চলতা, বেগহীনতা, স্থবিৰতা