अर्थ : চৰ-চৰ শ্্ব্দ কৰি ভঙা কার্য
							उदाहरण : 
							শ্যামে দুৰ্বল খাটখন চৰচৰা কৰি ভাঙিলে
							
पर्यायवाची : চৰচৰ কৰি ভঙা
अर्थ : সাপ বা কোনো পোক-পতঙ্গ বগাই যোৱা কার্য
							उदाहरण : 
							মোট সলাবৰ কাৰণে সাপটোৱে চৰচৰায় আছে
							
पर्यायवाची : চৰ-চৰোৱা
अर्थ : চৰচৰ শ্্ব্দ কৰি ভাঙি যোৱা
							उदाहरण : 
							গছৰ তলৰ পৰা আঁতৰি যোৱা, ডালটোৱে চৰচৰাই আছে